--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱাই খালী পেটত গৰম পানী খোৱাৰ অভ্যা, বহুতৰে আছে৷ বহুতে  ভাবে যে গৰম পানী খালে ওজন হ্ৰাস হয়। কিন্তু বিশেষজ্ঞসকলে কি কয়?বহুলোকে সাৰ পোৱাৰ লগে লগে এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে।

শোৱাৰ সময়ত ৰাতি ৭-৮  ঘণ্টা পানী নোখোৱাৰ পিছত, এই অভ্যাসে কেৱল তৃষ্ণা পূৰণ কৰাত সহায় নকৰে। ই ওজন হ্ৰাস কৰা, হজম কৰাত সহায় কৰা, আৰু আনকি বৃক্কৰ কাৰ্যসুৰক্ষিত কৰাত সহায় কৰে।
বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাৰ সঠিক নিয়মো আছে। দুকাপ পানী উতলাওক, ইয়াক একাপ বনাওক, তাৰ পিছতসামান্য গৰম থাকিলে পান কৰিব লাগে। যদি সম্ভৱ হয়, শুকান আদা সেই পানীত মিহলি কৰিব পাৰি। এই নিয়ম মানি গৰম পানী খালে  জন হ্ৰাস হোৱাত সহায়ক হয়।
 পুৱা গৰম পানী খালে  কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বোৰ আঁতৰ কৰে। কিয়নো, গৰম গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে।

অৱশ্যে, এই ক্ষেত্ৰত কিছু সংখ্যক  পুষ্টিবিদ আৰু আয়ুৰ্বেদ বিশেষজ্ঞৰ মত  পৃথক। তেওঁলোকে বিশ্বাস কৰে যে শৰীৰৰ এই কাৰ্যবোৰৰ সৈতে পানীৰ উষ্ণতাৰ কোনো সম্পৰ্ক নাই। সাৰ পাই পানী খোৱা ভাল। পানী যিকোনো উষ্ণতাৰ হ'ব পাৰে।

কাৰণ, যেতিয়া পানী মুখ আৰু খাদ্যনলীৰ জৰিয়তে পাকস্থলীত উপস্থিত হয়, পানীৰ তাপমাত্ৰা শৰীৰৰ উষ্ণতাৰ সৈতে মিলি যায়। গৰম পানীৰ প্ৰভাৱ কিছু পৰিমাণে শ্বাসতন্ত্ৰৰ ওপৰত পৰে। কিন্তু শাৰীৰিক কামত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব নোৱাৰে। গতিকে গৰম হওঁক বা ঠাণ্ডা হওঁক পুৱা সুৰক্ষিতভাৱে পানী খোৱা ভাল৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু