--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে চফগুটি চোবাই ভাল পাওঁ।ই খাদ্য খোৱাৰ পাছত মুখশুদ্ধি হিচাপে কাম কৰে, খাদ্য হজমত সহায় কৰে আৰু পেটৰ সমস্যা দূৰ কৰে। বহুতে খাদ্য খোৱাৰ পাছত চফ চাহ খাবলৈও ভাল পায়, আনহাতে কিছুমানে ৰাতিপুৱা খালী পেটত ৰাতিটো পানীত তিয়াই থোৱা চফ পিছদিনা খাই ভাল পায়। কিন্তু আপুনি জানেনে যে চফগুটি পানীত উতলাই তাৰ পানী সেৱন কৰাটো আপোনাৰ বাবে উপকাৰী। চফ পানীত উতলাই সেৱন কৰিলে কি কি উপকাৰ হয়‌ জানো আহক।

পানীত চফ উতলাই সেই পানী খোৱাৰ উপকাৰিতা-
তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰে-
পানীৰ সৈতে চফ উতলাই মধুমেহ ৰোগৰ সম্ভাৱনা কমোৱাত আৰু তেজৰ চুগাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত বহুখিনি সহায় কৰিব পাৰে। চফৰ চাহ, ইয়াৰ পানী বা প্ৰত্যক্ষভাৱে তেজৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখে।

শৰীৰত হাইড্ৰেচনক প্ৰসাৰিত কৰে-
পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু শৰীৰক জলসিঞ্চিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। কাৰণ পানী কমকৈ খোৱাৰ ফলত বমি, ডায়েৰিয়া, মূৰ ঘূৰোৱা আদি সমস্যাও হ’ব পাৰে। এনে পৰিস্থিতিত চফগুটিৰ পানী খালে শৰীৰৰ পানীলগা সমস্যা দূৰ কৰিব পাৰি। এইদৰে ভাগৰ নোহোৱা হৈ যায়।

ওজন হ্ৰাস কৰাত সহায় কৰে-
যদি আপুনি ওজন কমাব বিচাৰে আৰু এটা ডাঙৰ ডিটক্স পানীয় বিচাৰিছে তেন্তে পানীত সিজোৱা চফগুটি খাব পাৰে। এনে পৰিস্থিতিত যদি আপুনি ওজন কমাব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা খালী পেটতে পানীত সিজোৱা চফৰ গুটি খাব পাৰে।

হজম শক্তি ভাল কৰে-
যিসকল লোকৰ পেটৰ সমস্যা আছে তেওঁলোকে  চফগুটি পানীত সিজাই খাব লাগে।এই কাম কৰিলে পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু