--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে পুৱা সোনকালে উঠিব বিচাৰো কিন্তু বেছিভাগ মানুহে ইচ্ছা কৰিলেও সোনকালে উঠিব নোৱাৰে। পুৱা সোনকালে উঠিব পাৰিলে আমাৰ জীৱনটো বৰ সহজ হৈ পৰে। সময় ভালদৰে পৰিচালিত হলে আমি আমাৰ সকলো কাম সময়মতে কৰিবলৈ সক্ষম হৈ উঠো। 

পুৱা সোনকালে উঠিলে আমাৰ ভাল জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিব পাৰো। যেনে- কিবা এটা ভাল পঢ়া, যোগাসন কৰা, ব্যায়াম কৰা আৰু ধ্যান কৰা আদি। আনহাতে যদি আমি দেৰিকৈ সাৰ পাওঁ তেন্তে এই সকলোবোৰ কাম কৰিবলৈ সময় নাপাওঁ। গতিকে আজি আমি আপোনাক জনাম কোনবোৰ উপায়েৰে আপুনি পুৱা সোনকালে উঠিব পাৰিব।

১)এলাৰ্ম ঘড়ীটো আঁতৰত ৰাখক- বেছিভাগ মানুহৰে আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল প্ৰতিদিনে পুৱা যেতিয়াই এলাৰ্ম বাজি উঠে তেতিয়াই এলাৰ্ম বন্ধ কৰি শুই যায়। ইয়াৰ পৰা হাত সাৰিবলৈ সদায় ঘড়ীটো বিচনাৰ পৰা আঁতৰত ৰাখিব লাগে। যদি আপুনি এনে কৰে তেন্তে আপুনি বিচনাৰ পৰা নামি এলাৰ্মটো বন্ধ কৰিব লাগিব, যিয়ে আপোনাৰ টোপনি ভাঙি দিব।

২)শোৱা কোঠাৰ পৰা ওলাই যাওক - এলাৰ্ম বন্ধ কৰাৰ লগে লগে লগে লগে কোঠাটোৰ পৰা ওলাই মুকলি ঠাইত থিয় হওক। এনে কৰিলে আপোনাৰ শৰীৰে শুদ্ধ বতাহ অনুভৱ কৰিব আৰু চকুৰ পৰা টোপনি নোহোৱা হৈ যাব।

৩)মোবাইলৰ পৰা দূৰত্ব বনাওক- ৰাতি শোৱাৰ এঘণ্টা আগতে ফোন, লেপটপ বা টিভি একেবাৰে নাচাব। টোপনিৰ চক্ৰ বহুদিনলৈ ফোন বা লেপটপৰ দ্বাৰা বিঘ্নিত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান