--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেচনৰ পকৰী খাই সকলোৱে ভালপায়। বিশেষকৈ বাৰিষা কালত চাহৰ লগত পকৰীৰ সোৱাদ লোৱাৰ মজাই সুকীয়া। পকৰী বনাওতে কিন্তু আমি ধ্যান ৰাখিব লাগিব যে আমি ব্যৱহাৰ কৰা বেচন কিমান বিশুদ্ধ। আজিকালি বজাৰত প্ৰায়বোৰ বস্তুৱেই ভেজাল পোৱা যায়, বেচনো আজিকালি ভেজাল হ’ল। আজি আমি আপোনালোকক এনে সহজ কৌশলৰ বিষয়ে ক’ম, যাৰ সহায়ত প্ৰকৃত আৰু ভেজাল বেচন সহজে চিনাক্ত কৰিব পাৰিব।

যিকোনো খাদ্য-পানীয়ত মিশ্ৰণৰ প্ৰকৃত উদ্দেশ্য হ’ল সৰ্বাধিক লাভ অৰ্জন কৰা। কিন্তু ব্যৱসায়ীসকলে নাভাবে যে ই গ্ৰাহকৰ স্বাস্থ্যত কিমান প্ৰভাৱ পেলায়। 

প্ৰকৃত আৰু নকল বেচন কেনেকৈ চিনাক্ত কৰিব?

১)হাইড্ৰক্লৰিক এচিডৰ সহায়ত পৰীক্ষা কৰকঃ বেচনক চকুৰে চাই গুণগত মান চিনাক্ত কৰাটো অসম্ভৱ, আৰু আজিকালি পেকেটত ভৰোৱা আৰু খোলা বেচন দুয়োটাতে প্ৰচণ্ড ভেজাল ঘটিছে। ইয়াক চিনাক্ত কৰিবলৈ হাইড্ৰক্লৰিক এচিড ব্যৱহাৰ কৰা হয়। আপুনি এটা বাটিত ২ৰ পৰা ৩ চামুচ বেচন লৈ পানী মিহলাই পেষ্ট প্ৰস্তুত কৰক। তাত ২ চামুচ হাইড্ৰক্লৰিক এচিড দি কেইমিনিটমান অপেক্ষা কৰিব। যদি বেচনৰ ৰং ৰঙা হৈ পৰে, তেন্তে বুজিব যে সেয়া ভেজাল বেচন

২)নেমুৰ সহায় লওকঃ প্ৰায় প্ৰতিটো ঘৰতে নেমু ব্যৱহাৰ কৰা হয়, ইয়াৰ সহায়ত আপুনি সহজেই প্ৰকৃত আৰু নকল ভেজাল চিনাক্ত কৰিব পাৰিব। মাত্ৰ আপুনি অলপ পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। ইয়াৰ বাবে এটা পাত্ৰত ৩ চামুচ বেচন লৈ সমান সংখ্যক নেমুৰ ৰস মিহলাই ল'ব লাগে। এতিয়া ইয়াত হাইড্ৰক্লৰাইল এচিডো দিব। প্ৰায় ৫ মিনিটমান থৈ দিয়াৰ পিছত যদি বেচনৰ ৰং বাদামী বা ৰঙা হয়, তেন্তে বুজিব যে ইয়াত ভেজাল হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান