--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰিলে বিপাশা বসুৱে। সন্তান জন্ম হ’বলৈ মাত্ৰ কেইদিনমান বাকী, তেনে অৱস্থাতে তেওঁৰ এখনি শেহতীয়া ফটো অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

 

ফটোখনত দেখা গৈছে বিপাশাৰ নিম্নাংগ অনাবৃত আৰু তাক ঢাকি ৰাখিছে পিন্ধি থকা ব্ৰ’ঞ্জ ৰঙৰ এটা গাউনেৰে।

 

 

 

 

 

ফটোখন শ্বেয়াৰ কৰি বিপাশাই লিখিছে- “সকলোৱে নিজকে ভালপাওক। যি শৰীৰত বাস কৰিছে তাক ভালপাওক।”

 

ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰাৰ পাছতে সম্প্ৰতি সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হৈছে। অনেকে অভিনেত্ৰীগৰাকীয়ে এইদৰে গৰ্ভাৱস্থাত ফটোশ্বুট কৰাটোক এটা বলিষ্ঠ পদক্ষেপ হিচাপে অভিহিত কৰিছে। অনুৰাগীসকলে তেওঁক শুভকামনা জনাইছে।

 

উল্লেখ্য যে জিচ্ম, ৰাজ ইত্যাদি ছুপাৰহিট ছৱিৰে দৰ্শকৰ নয়নৰ মণি হৈ পৰা বিপাশা বসুৱে ২০১৬ চনত অভিনেতা কৰণ সিং গ্ৰোভাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান বিপাশাৰ বয়স ৪৩ আৰু প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ উলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত