--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে। এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে সোমবাৰে বিৰাট কোহলীয়ে শচীন টেণ্ডুলকাৰৰ ১৩০০০ এদিনীয়া ৰানৰ অভিলেখ অতিক্ৰম কৰে। সৰ্বাধিক দ্ৰুতগতিত ইমান পৰিমাণৰ ৰাণ অৰ্জন কৰা কোহলীয়ে প্ৰথম।

ৰিজাৰ্ভ ডে’ত খেল পুনৰ আৰম্ভ হোৱাৰ সময়ত নিশাৰ ভিতৰতে ৮ ৰান সংগ্ৰহ কৰি পুনৰ আৰম্ভ কৰা ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে প্ৰথমে ৫৫টা বলত অৰ্ধশতক আনিছিল আৰু মাত্ৰ ২৯টা বলৰ ভিতৰতে ৪৭ সংখ্যক এদিনীয়া শতক অৰ্জন কৰিছিল।

কোহলীয়ে ২৬৭ সংখ্যক ইনিংছত এই সাফল্য লাভ কৰে। ইয়াৰ ফলত তেওঁ ৮০০০, ৯০০০, ১০০০, ১১০০০, ১২০০০ আৰু এতিয়া ১৩০০০ এদিনীয়া ৰান কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে।

টেণ্ডুলকাৰতকৈ (৩২১ ইনিংছ) ৫৪টা কম ইনিংছত কোহলীয়ে তেৰ হাজাৰ ৰাণ সংগ্ৰহ কৰাটোৱে বিৰাট বনাম শচীনৰ বিতৰ্কত ওজন বৃদ্ধি কৰে। কোহলীৰ ৪৭ শতকৰ অৰ্থ হ’ল এতিয়া তেওঁ সৰ্বাধিক এদিনীয়া শতকৰ বাবে মাত্ৰ দুটা শতক কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক