--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছএছ ৰাজামৌলিৰ আৰআৰআৰে দেশবাসীক আকৌ এবাৰ গৌৰৱান্বিত কৰিলে। ছুপাৰহিট দক্ষিণৰ ছবিখনে পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত যথেষ্ট সফলতা লাভ কৰে। এই ছবিখনে হলিউড সমালোচক সংস্থাৰ বঁটাত একাধিক শাখাত শ্ৰেষ্ঠ বঁটা লাভ কৰে।

Oscar nominee RRR: Why the Indian action spectacle is charming the West -  BBC News

ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰ অভিনীত ছবিখনৰ প্ৰসংগত হলিউড সমালোচক সন্থাই টুইটযোগে আৰ আৰ আৰক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি, শ্ৰেষ্ঠ একচন ছবি, শ্ৰেষ্ঠ ষ্টাণ্ট আৰু শ্ৰেষ্ঠ সংগীতৰ সন্মান লাভ কৰে। ১২ মাৰ্চত অস্কাৰ বঁটা। আনহাতে শ্ৰেষ্ঠ গীতৰ শাখাত মনোনীত তালিকাত আছে ‘নাতু নাতু’ শীৰ্ষত গীতটি। তাৰ আগতে চিনেমাখনৰ সমগ্ৰ দলটোৱে এনে সফলতাক লৈ স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে।

RRR' movie review: Rajamouli delivers a spectacle with winsome performances  by NTR and Ram Charan, but his storytelling has taken a backseat - The Hindu

ইতিমধ্যে ভাৰতে আৰ আৰ আৰৰ ‘নাতু নাতু’ গীতৰ বাবে গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে। এই ছবিখনৰ একচন কোৰিঅ’গ্ৰাফীয়ে ছিয়াটল সমালোচক বঁটা লাভ কৰে। লছ এঞ্জেলছত অনুষ্ঠিত হোৱা সমালোচক চয়ছ এৱাৰ্ডতো ৰাজমৌলিৰ একচন ভৰ্তি দেশপ্ৰেমমূলক ছবিখনে শ্ৰেষ্ঠ খিতাপ দখল কৰে। এইবাৰ তেওঁলোকে হলিউড সমালোচক সংস্থাক চাৰিটা শাখাত লাভ কৰিবলৈ সক্ষম হয়।

RRR director SS Rajamouli puts audience love ahead of critical acclaim -  Film & TV - Images

কেৱল ভাৰতেই নহয়, এই ছবিখনে সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছে। ৰাজামৌলি আৰু কিৰাৱনীৰ সৈতে হোৱা বৈঠকত বিখ্যাত পৰিচালক জেমছ কেমেৰনে কয় যে তেওঁ ‘আৰ আৰ আৰ’ এবাৰ নহয় দুবাৰকৈ চোৱা বুলি উল্লেখ কৰে। পত্নীক ফোন কৰি চিনেমাখন দেখুৱালে। আনকি হলিউডৰ কিংবদন্তি পৰিচালকজনৰ প্ৰিয় গীত ‘নাতু নাতু’। তেওঁৰ আইকন দেখি আপ্লুত হৈছিল। এতিয়া সকলোৰে চকু অস্কাৰৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক