--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ সংঘটিত হৈছে ভয়াবহ নাও দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত অতি কমেও ১১ গৰাকীকৈ লোকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে।ইতিমধ্যেই তিনি গৰাকী নিহতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।


খবৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় দহ বজাত মহাৰাষ্ট্ৰৰ অমৰাবতীৰ সমীপৰ শ্ৰীক্ষেত্ৰ বুঞ্জৰ পৰা নদীপাৰ হৈ নাওখন গৈ থকা অৱস্থাতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।ডুবন্ত মানুহৰ আৰ্তনাদ শুনি কেইবাগৰাকীও গাঁওবাসীয়ে নদীত জঁ‌পিয়াই পৰে।কিছুসংখ্যক লোকে ততাতৈয়াকৈ গৈ স্থানীয় আৰক্ষী থানাতো খবৰ দিয়ে।

আৰক্ষীয়ে উদ্ধাৰকাৰী দলৰ সহায়ত ওৰে দিন অভিযান চলাই আছে।অনুমান কৰা অনুসৰি বহনক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা বাবেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে।
ইফালে এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শোকপ্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ