--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰ’নাত আক্ৰান্ত অৱস্থাত যদিহে এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰে তেন্তে তেওঁক কৰ’নাত মৃত বুলি গণ্য কৰা হ’বনে নাই?

স্বাস্থ্য মন্ত্ৰণালয়ে আদালতত দাখিল কৰা নিৰ্দেশনাৱলীত স্পষ্ট কৰি দিছিল যে কোনো লোকে যদিহে কৰ’নাত ভুগি আত্মহত্যা কৰে তেন্তে তেওঁক কৰ’নাত মৃত বুলি গণ্য কৰা নহ’ব। কিন্তু সোমবাৰে কেন্দ্ৰক নিজৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনায় উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ বোপান্নাই ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক জনায় যে চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰবাৰ বিবেচন কৰা দৰকাৰ। ভৱিষ্যতৰ অনিশ্চয়তাৰ দুশ্চিন্তাৰ চাপ সহিব নোৱাৰি যদিহে কোনো কৰ’না আক্ৰান্তই আত্মহত্যা কৰে তেন্তে তেওঁক কি যুক্তিত কৰ’নাত মৃত হিচাপে ঘোষণা কৰা নহ’ব বুলিও প্ৰশ্ন কৰে বিচাৰপীঠে।
আনহাতে ক’ৰ’না আক্ৰন্তক ক্ষতিপুৰণ প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিৰ বাবেও যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ভৎসনা কৰিছিল কেন্দ্ৰীয় চৰকাৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ