--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ বছৰৰ পিছত মন্তব্যকাৰী হিচাপে ঘূৰি আহিছে নৱজোত সিং সিদ্ধু। এসময়ত কমেণ্টেটৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। পিছত যদিও ৰাজনীতিত ব্যস্ত হৈ পৰিল। বিভিন্ন বিতৰ্কতো জড়িত হৈছিল।

এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত সিদ্ধুৱে কয়, ‘কমেণ্টৰী মোৰ তেজত আছে। মানুহে মোক তাৰ বাবেই চিনি পায়। যেনেকৈ গুৰুৱে আমাক পাগুৰি দিছিল আৰু সেই পাগুৰি মোৰ পৰিচয়। কমেণ্টেৰী মোৰ চখ। ক্ৰিকেটাৰ হ’ব বিচৰা বহুতেই এতিয়া ডাক্তৰ হৈ পৰিছে। সৰুতে খেলুৱৈ হ’ব বিচৰা বহুত আছে, এতিয়া ব্যৱসায়ী। অতি কম সংখ্যক লোকেহে নিজৰ চখৰ পৰা জীৱিকা নিৰ্বাহ কৰিব পাৰে। মন্তব্য মোৰ বাবে তেনেকুৱাই। এইটো মোৰ নিজৰ এলেকা। এই কামটো মই অতি আৰামত কৰিব পাৰো।”

৬০ বছৰীয়া সিদ্ধু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মন্তব্যকাৰী। মানুহে তেওঁৰ মাত শুনিবলৈ অপেক্ষা কৰে। কেৱল আন্তৰ্জাতিক মেচতে নহয় আই পি এলৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। বিশেষকৈ হিন্দী ভাষাত সিদ্ধুৰ ধাৰাভাষ্য আৰু অধিক আগ্ৰহৰ বিষয়। এইবাৰ আই পি এলত শুনা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ