--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় মানুহেই সন্তানৰ নামত সা-সম্পত্তি এৰি থৈ যায়। কিন্তু এগৰাকী মহিলাই এনেকুৱা কাম কৰিলে যিটো এতিয়া সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে চৰ্চা চলি আছে। এই মহিলাগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰ-মেকুৰীক কোটি কোটি মূল্যৰ সম্পত্তি দিছে, আনহাতে সন্তানক এটকাও নিদিলে। কিন্তু যেতিয়া আপুনি মহিলাগৰাকীয়ে এই কাম কৰাৰ কাৰণ জানিব তেতিয়া আপুনিও তেওঁৰ প্ৰশংসা কৰিব।

এই চাঞ্চল্যকৰ ঘটনাটো চীনৰ চাংহাইৰ। ইয়াত লিউ নামৰ এগৰাকী বৃদ্ধাই নিজৰ সন্তানক শিক্ষা দিবলৈ ২৩ কোটিতকৈও অধিক মূল্যৰ সম্পত্তি নিজৰ পোহনীয়া কুকুৰ-মেকুৰীলৈ হস্তান্তৰ কৰিলে। তেওঁৰ ল’ৰা-ছোৱালীয়ে কেতিয়াও তেওঁক লগ কৰিবলৈ অহা নাছিল, সেই কথাত লিউৰ বহুত খং উঠিছিল। তেওঁৰ সন্তানে আনকি ফোনতো তেওঁৰ লগত কথা পতা নাছিল। এই কাৰণতে তেওঁ নিজৰ উইল সলনি কৰাৰ সিদ্ধান্ত লৈ গোটেই সম্পত্তি পোহনীয়া জন্তুৰ নামত এৰি থৈ যায়।

তথ্য অনুসৰি জীৱ-জন্তুৰ নামত উইল কৰি থৈ যাবলৈ চীনত কোনো আইন নাই। এনে পৰিস্থিতিত কৰ্তৃপক্ষৰ পৰামৰ্শ মতে লিউৱে নিজৰ উইলখন স্থানীয় পশু চিকিৎসালয় এখনৰ নামত কৰি থৈ যায়, যিয়ে তেওঁৰ পোহনীয়া জন্তুৰ যত্ন ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ