--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সলসলীয়াকৈ পৰ্যটকৰ স’তে ইংৰাজীত ভাৱ বিনিময় কৰা এজন ৰিক্সা চালকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ দিল্লীত পৰ্যটকক গাইড হিচাপে ৰিক্সা চালকজনৰ ইংৰাজী ভাষাত কথা কোৱাৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰশংসা লাভ কৰিছে। 

এক্স ইউজাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে ব্যক্তিজনে বিদেশী পৰ্যটকক দিল্লীৰ বিখ্যাত স্থানসমূহৰ সবিশেষ বুজাই আছে। ভিডিঅ’টোত ব্ৰিটেইনৰ পৰ্যটকৰ সৈতে জামা মছজিদ আৰু এছিয়াৰ মছলাৰ সৰ্ববৃহৎ বজাৰৰ বিষয়ে ৰিক্সাচালকজনক বুজাই থকা দেখা গৈছে।

ভিডিঅ’টোৱে ১১ হাজাৰৰো অধিক ভিউ লাভ কৰিছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে  সম্পূৰ্ণৰূপে আপ্লুত হৈছে। এই পোষ্টটোৱে ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰাৰ লগতে ইংৰাজী কোৱাৰ দক্ষতাৰ বাবে মানুহে শলাগ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক