--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা অনুসৰি শ্ৰেণীটোৰ ভিতৰত প্ৰায় ৬০টা শিশু উপস্থিত আছিল।

ডিজিটেল ডেস্কঃ  ৰাজস্থানৰ ঝালাৱাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন চৰকাৰী বিদ্যালয়ৰ ছাদ খহি ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১০জন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে।  প্ৰায় ৪০টি শিশু এতিয়াও আৱদ্ধ হৈ আছে।জানিব পৰা অনুসৰি শ্ৰেণীটোৰ ভিতৰত প্ৰায় ৬০টা শিশু উপস্থিত আছিল।


এই দুৰ্ঘটনাটোৰ পিছত অঞ্চলটোৰ ৰাইজে সহায়ৰ বাবে হাত আগবঢ়ায়। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে, "ঝালাৱাৰৰ মনোহৰ থানাত চৰকাৰী বিদ্যালয় ভৱন ভাঙি পৰাৰ ফলত বহু শিশু আৰু শিক্ষক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাণ হেৰুৱা সকলৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰাৰ লগতে আহতসকলে সোনকালে আৰোগ্য লাভ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।"


ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজস্থান চৰকাৰৰ শিক্ষামন্ত্ৰী মদন দিৱালাৰে কয়, "ঝালাৱাৰৰ এখন বিদ্যালয়ত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এয়া দুখৰ বিষয়। শিশুসকলক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। চৰকাৰী খৰচত শিশুসকলৰ চিকিৎসা কৰা হ'ব। ছাদখন কেনেকৈ ভাঙি গ'ল সেই বিষয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক