--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বন সেৱাৰ (আই এফ এছ) প্রাক্তন বিষয়া কৃষ্ণ মোহনৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ হাৰদঈ জিলাৰ শ্বাহাবাদ বিধানসভা সমষ্টিৰ চন্দ্ৰপুৰ গাঁৱত। অৱসৰ গ্ৰহণৰ পাছত মোহন সামাজিক কামত ব্যস্ত হৈ আছে।

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ অভিযোগৰ বাবে পদত্যাগ কৰা ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায় আৰু সদস্য অনিল মিশ্ৰৰ পদত্যাগ্‌-পত্র সোমবাৰে ন্যাসে গ্ৰহণ কৰে। তদুপৰি শেহতীয়াকৈ ন্যাসৰ সদস্যসকলে সর্বসন্মতভাৱে ন্যাসৰক্ষীৰূপে অন্তর্ভুক্ত কৰা কৃষ্ণ মোহনক অন্তৰ্ৱৰ্তী সাধাৰণ সম্পাদকৰ অতিৰিক্ত দায়িত্ব দিয়া হয়। শ্ৰীৰাম জনমভূমি তীর্থ ক্ষেত্ৰ ন্যাসৰ তিনি ঘণ্টীয়া সভাৰ পাছত কোষাধ্যক্ষ গোবিন্দ গিৰীয়ে সাংবাদিকক এই কথা জনায়। 


ভাৰতীয় বন সেৱাৰ (আই এফ এছ) প্রাক্তন বিষয়া কৃষ্ণ মোহনৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ হাৰদঈ জিলাৰ শ্বাহাবাদ বিধানসভা সমষ্টিৰ চন্দ্ৰপুৰ গাঁৱত। অৱসৰ গ্ৰহণৰ পাছত মোহন সামাজিক কামত ব্যস্ত হৈ আছে। ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ বিষয়ত আলোচনা কৰিবলৈ আহ্বান জনোৱা ন্যাসৰ সভাখন ৰাম জনমভূমি মন্দিৰ চৌহদৰ অতিথিশালাত বিয়লি ৩-১৫ বজাত আৰম্ভ হয়। 


ন্যাসৰ ৯জন সদস্যৰ ভিতৰত সভাত ন্যাসৰ অধ্যক্ষ নৃত্য গোপাল দাসকে ধৰি ৭জন সদস্য উপস্থিত আছিল। সূত্র মতে, ৰায় আৰু মিশ্ৰ সভাত উপস্থিত নাছিল। বিয়লি প্রায় ৬-৩০ বজাত সভাৰ অন্ত পৰে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ