--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সংযুক্তা দত্তৰ মতে, “এই প্ৰতীকধর্মী সৃষ্টিৰে দেশৰ তাঁতশিল্পী সমাজৰ প্ৰতিও সন্মান জ্ঞাপন কৰা হৈছে।

ডিজিটেল ডেস্কঃ  দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ আৰু অসমৰ গৌৰৱ সংযুক্তা দত্তই প্ৰধানমন্ত্ৰী মোদীলৈ যাচিছে বিশেষ সন্মান। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আগবঢ়োৱা হৈছে এই সন্মান। মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ।


এই হস্তনিৰ্মিত কৰ্মৰ জৰিয়তে সংযুক্তা  দত্তই প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু হস্ততাঁত শিল্পক পুনৰুজ্জীৱিত কৰা ক্ষেত্ৰত তেওঁৰ অবিৰত প্ৰচেষ্টাৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে।


সংযুক্তা দত্তৰ মতে, “এই প্ৰতীকধর্মী সৃষ্টিৰে দেশৰ তাঁতশিল্পী সমাজৰ প্ৰতিও সন্মান জ্ঞাপন কৰা হৈছে।হস্ততাঁত ক্ষেত্ৰখন উজলাই তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে যি দৃঢ় প্ৰতিশ্ৰুতি আৰু অম্লান উৎসাহ দেখুৱাই আহিছে, এই অংগবস্ত্ৰখনি তাৰেই এক সুদৃঢ় প্ৰতিচ্ছবি।”


উল্লেখ্য যে এই পদক্ষেপৰ জৰিয়তে দেশৰ তাঁত শিল্পীসকলৰ হেঁপাহ আৰু পৰম্পৰাগত শিল্পক নতুন উৎসাহ আৰু স্বীকৃতি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ