--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আচামীক জামিন দিয়াৰ নামত ২৮ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ SI বিষ্ণু দাসৰ বিৰুদ্ধে।

ডিজিটেল ডেস্কঃ পুনৰ খাকী পোচাকত দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই।


ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ।


আচামীক জামিন দিয়াৰ নামত ২৮ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ।


ৰূপহীহাটৰ বাটমাৰি গাঁৱৰ জিয়াৰুল ইছলাম আৰু ছাইদুল ইছলামৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা।


ছাইদুল ইছলামৰ পৰিয়ালৰ দুই গৰাকী আচামীক জামিন দিয়াৰ নামত ২৮ হাজাৰ টকা লোৱাৰ অভিযোগ বিষ্ণু দাসৰ বিৰুদ্ধে।


 260/2025 নম্বৰত পঞ্জীয়ন হৈছিল ৰূপহীহাট আৰক্ষী থানাত গোচৰ।


এজনক গ্ৰেপ্তাৰ কৰিছিল যদিও আন দুজনক জনক জামিন মঞ্জুৰ দিয়াৰ নাম ধন লোৱাৰ অভিযোগ ভুক্তভোগীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ