--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মনীষৰ সৈতে সম্পৰ্ক নাছিল পত্নীৰ।

ডিজিটেল ডেস্ক : জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা। গুৱাহাটীৰ  কাহিলিপাৰাৰ প্ৰ'টেক এপাৰ্টমেণ্টৰ ফ্লেটত উদ্ধাৰ মনীষৰ মৃতদেহ। 


পুৱা এগৰাকী যুৱতীয়ে পৰিয়ালক জনায় মনীষৰ মৃত্যুৰ খবৰ।  যুৱতীগৰাকীয়ে ফ্লেটৰ দুৱাৰ খুলি দেখিছিল মনীষক মৃত অৱস্থাত।


যুৱতীগৰাকীৰ হাততো আছিল মনীষৰ ফ্লেটৰ এপাত চাবি। ৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা মনীষৰ সৈতে সম্পৰ্ক নাছিল পত্নীৰ।


পুৱা সংঘটিত হোৱা ঘটনাৰ পিছতেই হাহাকাৰ লাগে মনীষৰ পৰিয়ালত।  ইফালে ভগদত্তপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ কৰে মনীষৰ মৃতদেহ। 


ঘটনা সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।  পৰিয়ালক খবৰ দিয়া যুৱতীগৰাকীক সোধা-পোচা কৰিছে আৰক্ষীয়ে


কি কাৰণত মনীষে চৰম পন্থা বাছি ল'লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ