--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্টভাৱে প্ৰত্যক্ষ কৰে।

ডিজিটেল ডেস্ক: ৰূপহীহাটৰ ৫নং কাঠপাৰাত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। দুই সন্তানক লগত লৈ নিশা শুই আছিল মহিলাগৰাকী।


নিশা শুৱাপাটীত মৃত অৱস্থাতে প্ৰত্যক্ষ কৰে জাহানাৰা বেগম নামৰ মহিলাগৰাকীক। সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীক অৱগত কৰে পৰিয়ালৰ লোকে। 


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্টভাৱে প্ৰত্যক্ষ কৰে। 


নিজ মাতৃগৃহত মৃত মহিলাগৰাকীক প্ৰত্যক্ষ কৰি সমগ্ৰ অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে। মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই।  


কিন্তু ঘটনাস্থলীৰ পৰা সন্দেহৰ ভিত্তিত আবু ছুফিয়ান নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।


ঘটনাস্থলীত ৰূপহীহাট আৰু আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক উপস্থিত হয় 


উল্লেখ্য যে মৃত মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে কেলেৰাত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ