--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুস্থ শৰীৰৰ বাবে মানুহক বিভিন্ন ধৰণৰ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰে এটাতো যদি অভাৱ হয়, তেন্তে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।‌ আমাৰ শৰীৰত ভিটামিনৰ উৎপাদন তেতিয়াই কম হয়। তেতিয়া আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যৰ অভাৱ হয়। সুস্থ শৰীৰৰ বাবে মানুহক বিভিন্ন ধৰণৰ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰে এটাতো যদি অভাৱ হয়, তেন্তে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।যাৰ ফলস্বৰুপে ইয়াৰ ইংগিতসমূহ শৰীৰৰ বিভিন্ন অংগই দিবলৈ আৰম্ভ কৰে, ইয়াৰে এটা প্ৰধান অংগ হ’ল জিভা। গতিকে সেই লক্ষণবোৰ কেনেকৈ চিনিব পাৰি জানো আহক।

ভিটামিন বি১২ৰ লক্ষণ

• জিভাত শৰীৰত ভিটামিন বি ১২ৰ লক্ষণ দেখা দিয়ে। B12 ৰ অভাৱত জিভাৰ আলচাৰৰ সমস্যাৰ সৃষ্টি হয়। জিভাৰ ঘাঁবোৰ সাধাৰণতে নিজাববীয়াকৈ ভাল হয়, কিন্তু ভিটামিন বি১২ৰ অভাৱ হ'লে সেয়া নহয়।

• এনে সময়ত জ্বলা আৰু মছলা খোৱাৰ পৰা বিৰত থাকিব লাগে। আনহাতে যদি জিভাত দেখা পোৱা সৰু সৰু দানাবোৰ নাইকিয়া হৈ যায়, তেন্তে বুজিব পাৰি যে শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয়।

• বহু সময়ত জিভাত লুব্ৰিকেচন হয়, অৰ্থাৎ পেটত সংক্ৰমণ হয়। এনে অৱস্থাত খাদ্যাভ্যাসৰ উন্নতি কৰিব লাগিব। ইয়াৰ বাহিৰেও ভিটামিন বি ১২ত শক্তি হ্ৰাস পায়। পেশীবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

• ভিটামিন বি ১২ৰ অভাৱৰ বাবেও হতাশা আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। কথাবোৰ বুজিবলৈ আৰু মনত ৰখাত অসুবিধা হোৱাতো এই ভিটামিনৰ অভাৱৰ কাৰণ

উক্ত পৰামৰ্শসমূহ  কেৱল সাধাৰণ তথ্যৰ বাবেহে,  এই তথ্য সমূহ কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক জানিবলৈ সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ