--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত প্ৰত্যেকৰ ঘৰতে জীৱ-জন্তু পোহাটো এক ফেশ্বন হৈ পৰিছে৷ কুকুৰ-মেকুৰী, চৰাইৰ পৰা আৰম্ভ কৰি বাঘ, ঘোঁৰাও পোহনীয়া জন্তুৰ তালিকাত অন্তৰ্ভুক্ত হৈ পৰিছে৷ কিন্তু এই পোহনীয়া জীৱ-জন্তুৰ পৰা আপুনি সাৱধান হ'বৰ হ'ল৷ নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি৷ বিশেষকৈ মেকুৰী ভাল পোৱা তথা পোহা ব্যক্তিসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে৷ জানিব পৰা মতে এই পোহনীয়া মেকুৰীৰ দ্বাৰাই দক্ষিণ কোৰিয়াত সংঘটিত হৈছে বহু অগ্নিকাণ্ডৰ ঘটনা৷

উল্লেখ্য যে যোৱা তিনি বছৰত দক্ষিণ কোৰিয়াত পোহনীয়া মেকুৰীৰ দ্বাৰা ১০০টাকৈ অধিক ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ প্ৰত্যেক বছৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ১,০০০ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে আমেৰিকান হিউমেন এছ'চিয়েচনে৷

ভাৰততো বলীউড তাৰকাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে বহুতৰ ঘৰত মেকুৰী পোহা দেখিবলৈ পোৱা যায়৷ প্ৰায় লাখ টকাৰ মূল্য চুৱেগৈ এটা উন্নত জাতৰ মেকুৰীয়ে৷ এটা বিলাতী মেকুৰী কিনি ইয়াৰ পালন-পালনতে ব্যয় হয় লক্ষাধিক টকাৰ৷ কিন্তু এই পোহনীয়া জন্তুৰ পালনত অলপ অসাৱধান হ'লেই পৰিব পাৰে ভয়ংকৰ বিপদত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক