--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিগন্ত বিস্তৃত সাগৰৰ পাৰ। দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি অৱসৰ লৈছে নুছৰত জাহানে। হালধীয়া স্নানবস্ত্ৰত ৰ’দৰ চুমা পৰিছে। খোলা চুলিৰে সাগৰৰ পাৰত নুছৰতৰ মোহনীয় ৰূপ। ওঁঠত ৰঙা লিপষ্টিক, চকুত ছানগ্লাছ… কি যে এক আৱেদন, কি যে এক সৌন্দৰ্য! ছবিত নহয়, বাহিৰত লেন্সবন্দী নুছৰত জাহান। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে তেওঁ। ইনষ্টাগ্ৰামত ছবি প’ষ্ট কৰাৰ পাছতে শিৰোনামত সাংসদ-অভিনেত্ৰীগৰাকী। স্নানবস্ত্ৰত এক নাটকীয় ভংগীত সাংসদ অভিনেত্ৰী। বিগত সময়ছোৱাত তেওঁক লৈ নানা বিতৰ্কৰ সূত্ৰপাত হৈছিল। সকলো কথাক একাষৰীয়া কৰি কিছু খোলা, কিছু আৱৰি থকা পোছাকেৰে সাগৰৰ পাৰত ব্যস্ত বাসন্তী নুছৰত। মন-প্ৰাণ হৰি নিয়া এ‌ই ছবি ইনষ্টাগ্ৰামত প’ষ্ট কৰি তেওঁ লিখিছে, ‘মোক সাগৰৰ পাৰলৈ লৈ ব’লা।’ কিহৰ বাবে এই আৱদাৰ অভিনেত্ৰীগৰাকীৰ? সেইবিষয়ে নাজানে, নুবুজে তেওঁৰ অনুৰাগীয়ে। ব্যস্ততাই আমুৱাইছে নেকি নুছৰতক? তাকো নকয় অভিনেত্ৰীয়ে। পাছে ব্যস্ত অভিনেত্ৰীগৰাকীয়ে প’ষ্ট কৰা ছবিবোৰ বৰ্তমানৰ নহয়, অৱসৰ বিনোদনৰ বাবে পূৰ্বে যোৱা পুৰণি ছবিবোৰ প’ষ্ট কৰিয়েই লভিছে সন্তুষ্ট। অৱশ্যে, এই ছবিবোৰ যে তাৰেই ইংগিত দিছে সেই বিষয়ে সহজে ধাৰণা কৰি লৈছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু