--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংঘাত নিৰাময় হৈছে অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ৷ পুনৰ বিজেপিৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’৷ 

বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে চলিত মাহতে পুনৰ বৈঠকত মিলিত হ’বলৈ সাজু হৈছে আৰু পৰৱৰ্তী বৈঠকতে আগন্তুক নিৰ্বাচনৰ বাবে আসনৰ ভাগ-বটোৱাৰা সম্পৰ্কেও বিস্তৃতৰূপত আলোচনা কৰা হ’ব জানিব পৰা গৈছে৷ 

নেতাসকলৰ উপলব্ধতা সাপেক্ষে ১৯ ডিচেম্বৰত দিল্লীত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷
তিনিখন হাৰ্টলেণ্ড ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পাছত আসনৰ ভাগ-বটোৱাৰা কংগ্ৰেছৰ বাবে এক কঠিন পৰীক্ষা হ’ব বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছে ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ হাতত হেৰুৱাইছিল৷ আনহাতে, মধ্য প্ৰদেশত ক্ষমতালৈ ঘূৰি আহিবলৈ ব্যৰ্থ হৈছিল।

কংগ্ৰেছেও সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে মতভেদ সমাধান কৰিছে৷ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ পাছত এনেধৰণৰ প্ৰথমখন বৈঠকত তেওঁ উপস্থিত থাকিব বুলি আশা কৰা হৈছে৷ যোৱা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়াৰ নেতাসকলৰ পূৰ্বৰ এখন বৈঠক পিছুৱাই দিয়া হৈছিল, যেতিয়া অখিলেশ যাদৱ, নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীকে ধৰি বহুনেতাই সেই বৈঠকত উপস্থিত নথকাটো পূৰ্বানুমান কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক