--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নয়ডাত স্কুটীত হোলী খেলি থকা কেইগৰাকীমান যুৱতীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ য’ত ট্ৰেফিক আইন উলংঘা কৰা বাবে যান-বাহন আৰক্ষীয়ে তেওঁলোকক ৩৩,০০০ টকাৰ জৰিমনা বিহিছে। একেসময়তে, নয়ডা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অশ্লীলতা বিয়পোৱাৰ বাবে এটা গোচৰ ৰুজু কৰিছে। নয়ডা আৰক্ষীয়ে তিনিগৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰিছে।  

নয়ডা আৰক্ষীয়ে প্ৰীতি, বিনীতা আৰু পীযূষক গ্ৰেপ্তাৰ কৰে, যিয়ে চেক্টৰ ১৫ মেট্ৰ’ ষ্টেচনৰ ওচৰত ভিডিঅ‘টো শ্বুট কৰিছিল। হোলীৰ নামত তেওঁলোক তিনিওজনে চেক্টৰ ৭৮ত-ত এটা অশালীন ভিডিঅ' প্ৰস্তুত কৰিছিল৷

ইয়াৰ পাছত আৰক্ষীয়ে আইপিচিৰ ২৭৯, ২৯০, ২৯৪, ৩৩৬, ৩৩৭ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তেওঁলোকক আজি দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়৷  

যুৱতীকেইগৰাকীয়ে স্কুটিত অশ্লীলভাৱে হোলী খেলি থকাৰ ভিডিঅ’ হোলীৰ দিনা ভাইৰেল হৈছিল। দেখা গৈছিল যে পীযূষ নামৰ এজন যুৱকে স্কুটী চলাই আছিল, আনহাতে দুগৰাকী যুৱতী পিছফালে বহি আছিল আৰু ইজনে-সিজনক অশ্লীলভাৱে ৰং সানিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ