--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীৰ স্বাস্থ্যখণ্ডত অক্সিজেনৰ নাটনিয়ে সৃষ্টি কৰা সংকটৰ সাময়িক নিৰসন সম্ভৱ হৈছে। ৰাজ্যখনৰ ভালেমান চিকিৎসালয়ত মঙলবাৰে নিশা যোগান ধৰা হৈছে অক্সিজেন। গংগাৰাম হাস্পতাল, গুৰু টেগ বাহাদুৰ হাস্পতাল আদিকে ধৰি ভালেমান চিকিৎসালয়ত মঙলবাৰে নিশা যোগান ধৰা হয় অক্সিজেন।

আৰু পঢ়িব পাৰিব:আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ’ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী

যিবোৰ চিকিৎসালয়ত কম সময়ৰ ভিতৰতে অক্সিজেন নাইকিয়া হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছিল। কালি নিশা লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ে লাভ কৰে ১০টন অক্সিজেন। চিকিৎসালয়খনে এতিয়ালৈ এইখিনি অক্সিজেন পৰ্যাপ্ত বুলি সদৰি কৰিছে। গংগাৰাম হাস্পতালে কালি লাভ কৰে মুঠ ১৪০০০ কিউবিক মিটাৰ অক্সিজেনৰ দুটাকৈ কনছাইনমেণ্ট।

আৰু পঢ়িব পাৰিব:ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?

এনেদৰে আন ভালেকেইখন গুৰুত্বপূৰ্ণ চিকিৎসালয়েও লাভ কৰিছে অক্সিজেনৰ নতুন যোগান। এই যোগানে চিকিৎসালয়কেইখনৰ লগতে দিল্লীৰ ক’ভিড চিকিৎসালৈ অহা সংকট সাময়িকভাৱে নিৰসন হোৱাৰ সম্ভাৱনা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ