--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুভমন গিল ভাৰতীয় ক্ৰিকেটৰ এজন উদিত তাৰকা৷শেহতীয়াকৈ IPLত গীলৰ ফৰ্মক লৈ যথেষ্ট সমাদৰ কৰা দেখা গৈছে৷এই সন্দৰ্ভতে কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীৰ সৈতে তুলনা কৰাৰ ক্ষেত্ৰত নিজৰ মৌনতা ভংগ কৰি শুভমন গিলে কয় যে তেওঁলোকৰ উত্তৰাধিকাৰ গিলে সংজ্ঞায়িত কৰিব নোৱাৰে৷

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ডাবল শতককে ধৰি খেলখনৰ সকলো ফৰ্মেটতে শতক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা কল্পনাতীত বৰ্ষ উপভোগ কৰিছে গিলে।

২৩ বছৰীয়া গিলে এই ফৰ্মখন আইপিএল ২০২৩লৈ লৈ যাব, কিয়নো তেওঁ জিটিৰ ষ্টাৰ বেটছমেন হৈ তেওঁলোকক একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেললৈ যোৱাৰ সুযোগ লাভ কৰিছে। তেওঁ খেলা ১৬খন মেচত ভাৰতীয় বেটছমেনগৰাকীয়ে গড়ে ৬০.৭৯ ৰানত ৮৫১ ৰান সংগ্ৰহ কৰিছে।

এই ছিজনত গিলে মুঠতে তিনিটা শতক অৰ্জন কৰিছে,২৩ বছৰতে প্ৰচুৰ এই প্ৰচুৰ সফলতাৰ বাবে তেওঁক তেণ্ডুলকাৰ আৰু কোহলীৰ সৈতে তুলনা কৰা হৈছে, বহু অনুৰাগী আৰু বিজ্ঞই তেওঁক ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী ডাঙৰ তাৰকা বুলি গণ্য কৰিছে।


এই সন্দৰ্ভে গিলে কয় যে তেণ্ডুলকাৰ, কোহলী, ৰোহিত শৰ্মাৰ দৰে খেলুৱৈয়ে বহু লোকক অনুপ্ৰাণিত কৰিছে আৰু তেওঁলোকৰ ক্ৰিকেটত অৱদান অমৰ বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে