--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ‘গাদাৰ ২’ৰ প্ৰচাৰৰ বাবে ছানি দেউল বৰ্তমান ব্যস্ত হৈ আছে৷ শেহতীয়াকৈ তেওঁ বলীউড উদ্যোগটো কেনেদৰে সলনি হৈছে সেই বিষয়ে মুকলিকৈ কয়। অভিনেতাগৰাকীয়ে মন্তব্য কৰে যে কেনেকৈ নতুন যুগৰ অভিনেতাসকলে নিজৰ শৰীৰটোৰ চুলিসমূহ কাটিছে আৰু ছিক্স পেক এবছ পাইছে।

পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে সোধাত ছানীয়ে হাঁহি হাঁহি সংবাদ মাধ্যমত কয় যে , “মোৰ শৰীৰৰ চুলি কটালে বৰ লাজ লাগে, ছোৱালীৰ দৰে অনুভৱ হয়।” তেওঁ আৰু কয় যে তেওঁ ছিক্স পেক এবছৰ প্ৰয়োজনীয়তা বুজি নাপায় আৰু বুজি নাপায় যে তেওঁলোক বডী বিল্ডাৰ নহয়, অভিনেতাহে। ছানী দেউলে কয় যে আজিকালি প্ৰতিভাবোৰৰ এটা পেৰামিটাৰ আছে যে যদি তেওঁলোকৰ শৰীৰ সুঠাম হয় তেন্তেহে অভিনেতা হ’ব পাৰে তদুপৰি নৃত্য জানিলেহে অভিনেতা হ’ব পাৰে বুলি মন্তব্য কৰে৷


‘গাদাৰ ২’ হৈছে ২০০১ চনৰ ব্লকবাষ্টাৰ ছবি ‘গাদাৰ: এক প্ৰেম কথা’ৰ ছিকুৱেল,এই ছবিখনৰ মুখ্য চৰিত্ৰত আছে ছানী দেউল আৰু অমীছা পেটেল। ছবিখনে চলিত বৰ্ষৰ ১১ আগষ্টত পৰ্দাত মুক্তি পাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ