--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য ভালে ৰাখিবলৈ সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো ভাল। হৃদযন্ত্ৰৰ শক্তিয়ে মানুহৰ স্বাস্থ্যসন্মত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।  হৃদস্পন্দন হঠাৎ বন্ধ হ’লে কাৰ্ডিয়াক এৰেষ্ট বোলা হয়। যিটো কোনো ইংগিত বা সতৰ্কবাণী নোহোৱাকৈ হঠাতে ঘটে। হৃদযন্ত্ৰৰ বিসংগতিৰ বাবে এই আক্ৰমণ হয়। ই ঠিক এটা কম্পিউটাৰ চিষ্টেমৰ দৰেই, কম্পিউটাৰৰ তাঁৰবোৰ যিদৰে সংযোগ হৈ থাকি কাম কৰি থাকে, সেইদৰে হৃদযন্ত্ৰয়েও কৰে। 

কাৰ্ডিয়াক এৰেষ্ট কি?

বহুতে ভাবে যে কাৰ্ডিয়াক এৰেষ্ট হৈছে হাৰ্ট এটেকৰ এক প্ৰকাৰ। কিন্তু তেনেকুৱা একেবাৰেই নহয়। হৃদযন্ত্ৰৰ ভিতৰৰ অংশবোৰ ক্ষতিগ্ৰস্ত হ’লে কাৰ্ডিয়াক এটেক হয়। অৰ্থাৎ হৃদযন্ত্ৰৰ কাম হ’ল তেজ শুদ্ধ কৰি ৰখা। সমগ্ৰ শৰীৰত তেজ চলাচল কৰাত ই সহায় কৰে। তেজত কিবা সমস্যা হ’লে হৃদস্পন্দনত প্ৰত্যক্ষ প্ৰভাৱ পৰে। হাৰ্ট এটেকৰ বিষৰ পৰা ইতিমধ্যে সুস্থ হৈ উঠা লোকসকলৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বেছি।
 
হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ

দ্ৰুত হৃদস্পন্দন

বুকুৰ বিষ অনুভৱ 

মূৰ ঘুৰণি

শ্বাস-প্ৰশ্বাসৰ সমস্যা

সোনকালে ভাগৰুৱা অনুভৱ কৰা
 
হাৰ্ট এটেক কি?

আজিকালিৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যাৰ বাবে বহুতে নিজৰ জীৱনশৈলীক ভাল কৰি তোলাত নিয়োজিত হৈ আছে। 

হৃদযন্ত্ৰৰ কিছুমান অংশলৈ তেজৰ সোঁত কমি গ’লে হাৰ্ট এটেক হয়। কিন্তু কাৰ্ডিয়াক এটেকত হঠাতে তেজ চলাচল বন্ধ হৈ পৰে। হাৰ্ট এটেকৰ পিছতো শৰীৰৰ কিছুমান অংশত তেজ চলাচল কৰি থাকে। কিন্তু কাৰ্ডিয়াক এটেক হ’লে সমগ্ৰ শৰীৰত তেজৰ সঞ্চালন বন্ধ হৈ যায়।

গতিকে ওপৰত উল্লেখ কৰা ৫টা লক্ষণে দেখা দিলেই তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপক। অলপ দেৰি হ’লেই কেতিয়াবা হ’ব পাৰে বিপদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ