--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন বি ১২ এবিধ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিটো আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য, ই স্নায়ুজনিত কাৰ্য্যক্ষমতা আৰু ৰক্তকণিকা গঠনত বিশেষভাৱে উপযোগী। যদি শৰীৰত ইয়াৰ অভাৱ হয় তেন্তে আমি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। নিৰামিষ খাদ্য গ্ৰহণ কৰা লোকসকলে এইখিনি লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে বিখ্যাত খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱে কয় যে কিছুমান নিৰামিষ খাদ্য আছে যিবোৰ সেৱন কৰি ভিটামিন বি ১২ লাভ কৰিব পাৰি।


১/ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীঃ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী যেনে দৈ, পনিৰ, মাখন আদি ভিটামিন বি ১২ৰ ভাল উৎস। সেয়েহে আপুনি এই সামগ্ৰীসমূহ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

২/ বাদামঃ আখৰোট, আলমণ্ড আৰু আন বহুতো বাদামো ভিটামিন বি ১২ৰ ভাল উৎস। এইবোৰ দৈনিক খালে আপুনি পুষ্টিকৰ উপাদানৰ লগতে শক্তিও লাভ কৰে।

৩/ ছয়া সামগ্ৰীঃ ভিটামিন বি ১২ ছয়া গাখীৰ, ছয়া পনীৰ, ছয়া দৈ আদিতো পোৱা যায়। নিৰামিষভোজীসকলে এইবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰি নিজৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

৪/ সতেজ সেউজীয়া শাক-পাচলিঃ যদিও বহু শাক-পাচলিত ভিটামিন বি ১২ৰ পৰিমাণ কম, তথাপিও কিছুমান শাক-পাচলিত এই পুষ্টিকৰ পদাৰ্থ পোৱা যায়। ইয়াৰ ভিতৰত আছে পালেং, ব্ৰকলি, কবি, আৰু সেউজীয়া মগু আদি।

৫/ এভোকেডোঃ এভোকেডো এবিধ স্বাস্থ্যকৰ ফল যি ভিটামিন বি ১২ৰ উত্তম উৎস। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰে পুষ্টি লাভ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব।

৬/ Nutritional Yeast- Nutritional Yeast ভিটামিন বি১২ৰ এক উৎকৃষ্ট উৎস। নিৰামিষভোজীসকলৰ বাবে ই এক উত্তম বিকল্প হ’ব পাৰে। ইয়াক চালাড, চূপ, আৰু অন্যান্য খাদ্যত দিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement