--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকালত মানুহে ছালৰ লগত জড়িত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। শুকান বতাহৰ আৰ্দ্ৰতা বাবে মুখৰ উজ্জ্বলতা নোহোৱা হয়। ইয়াৰ পৰা সকাহ পাবলৈ মানুহে বিভিন্ন ধৰণৰ মইশ্ব’ৰাইজাৰ আৰু ক্ৰীম ব্যৱহাৰ কৰে। কিন্তু শীতকালত আপুনি কেনেকৈ ছালৰ যত্ন ল’ব পাৰি জানো আহক।

১. ঠাণ্ডাৰ সময়ত ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজন। শীতকালত ছাল শুকান হোৱা বেছি দেখা যায়। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক মুখত নাৰিকল তেল ব্যৱহাৰ কৰক।
২. মুখত দৈ লগালে ছালত পৰ্যাপ্ত পুষ্টি আৰু আৰ্দ্ৰতা পোৱা যায়। ই আপোনাক দাগ আৰু ছালক যিকোনো সমস্যাৰ পৰা আঁতৰাই ৰাখে। বিশেষ নিশা শোৱাৰ সময়ত লগালে পিছদিনা গোটেই দিনটো মুখখন সতেজ দেখা যায়।
৩. এলোভেৰা জেল মুখৰ বাবে অতি উপকাৰী, দৈনিক নিশা শোৱাৰ আগতে মুখত লগাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু মইশ্ব’ৰাইজিং কম্পাউণ্ড থাকে যি ছালখন সতেজ কৰি তুলিব পাৰে।
৪. সপ্তাহত দুবাৰকৈ মুখত মৌ লগাব পাৰে। শীতকালত ছালৰ শুকানতা আঁতৰোৱাত ই অতি সহায়ক। মৌ ২০ মিনিটৰ বাবে মুখত লগাই পৰিষ্কাৰ পানীৰে ধুব পেলাব।
৫. গ্লিচাৰিন আৰু গোলাপ জল ছালখন নিৰ্জীৱ হৈ পৰাত বাধা দিয়ে। দুয়োটা মিহলাই মুখত ভালদৰে মালিচ কৰিব পাৰে আৰু দৈনিক ১০-১৫ মিনিটৰ বাবে মুখত লগাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ