--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিঠা আলু খায় বহুলোকে ভালপায়। আমি ইয়াক উতলাই নিয়মিতভাৱে খালে স্বাস্থ্যৰ বহু উপকাৰ সাধন হয়। 

মিঠা আলু সিজাই খোৱাৰ উপকাৰিতা

১/ পুষ্টিকৰ উপাদানৰে সমৃদ্ধঃ মিঠা আলুত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, খালে শৰীৰে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে লাভ কৰে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবঃ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়, নহ’লে আমি বহু ৰোগৰ বলি হ’ব পাৰো। নিয়মীয়াকৈ মিঠা আলু খালে চৰ্দি, কাহ, ফ্লু আদি ভাইৰাছজনিত ৰোগৰ আশংকা কমি যাব কাৰণ এই খাদ্যত ভিটামিন এ আৰু ভিটামিন চি পোৱা যায়।

৩/ হজম শক্তি উন্নত হ’বঃ মিঠা আলুত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত মলত্যাগ কৰাত সহজ হয় আৰু হজম শক্তিও উন্নত হয়। এনে পৰিস্থিতিত কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পেটৰ সমস্যা নাথাকে।

৪/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰীঃ ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু বহু লোকেও হাৰ্ট এটেকৰ বাবে প্ৰাণ হেৰুৱাইছে। এনে পৰিস্থিতিত নিজকে বচাবলৈ হ’লে মিঠা আলুৰ দৰে স্বাস্থ্যকৰ খাদ্য খাব লাগিব, ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ বৃদ্ধি কৰিবলৈ নিদিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়।

৫/ ওজন নিয়ন্ত্ৰণত থাকিবঃ মিঠা আলুৰ সোৱাদ মিঠা হ’লেও ই কম কেলৰি আৰু উচ্চ আঁহযুক্ত খাদ্য, যাৰ বাবে আপোনাৰ পেটটো দীৰ্ঘসময় ধৰি ভৰি থকা অনুভৱ হয়, যাৰ ফলত ই অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাত আপোনাক বাধা দিয়ে আৰু লাহে লাহে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক