--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত স্বাস্থ্য আৰু ছাল উভয়ৰে বাবে ষ্ট্ৰবেৰী অতি উপকাৰী। ঠাণ্ডা বতৰত ষ্ট্ৰবেৰী সহজে পোৱা যায়। এই ফলত ভিটামিন চি, মেংগানিজ, ফ’লেট (ভিটামিন বি ৯) আৰু পটাছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান থাকে। ষ্ট্ৰবেৰীত থকা এন্টিঅক্সিডেন্ট ছালৰ বাবে অতি উপকাৰী, কেৱল এইটোৱেই নহয়, ব্ৰণৰ বাবে এই ফল আৰু অধিক উপকাৰী। ষ্ট্ৰবেৰী বহু ঘৰুৱা ঔষধত ব্যৱহাৰ কৰি ছালখন আকৰ্ষণীয় কৰি তুলিব পাৰি।

১- ষ্ট্ৰবেৰী ফেচ মাস্কঃ ষ্ট্ৰবেৰী ফেচ মাস্ক মুখৰ বাবে উপকাৰী। ইয়াক বনাবলৈ ষ্ট্ৰবেৰী, মৌ আৰু অটছৰ প্ৰয়োজন হয়। মৌৱে প্ৰদাহ কমায় আৰু ব্ৰণ সৃষ্টিকাৰী বেক্টেৰিয়া নাইকিয়া কৰে। এইটো বনাবলৈ প্ৰথমে কিছুমান ষ্ট্ৰবেৰী গুড়ি কৰি পেষ্ট বনাব। ইয়াৰ পিছত অটচখিনি এক মিনিট ৰান্ধি ঠাণ্ডা কৰি মৌ আৰু ষ্ট্ৰবেৰীৰ লগত মিহলাই লওক। তাৰ পিছত ছালত লগাব। এই মাস্ক লগাই ১৫ মিনিট ৰাখিব। ই মুখত থকা মৃত কোষবোৰ আঁতৰাই পেলায়। ইয়াৰ ফলত মুখৰ জিলিকনি বৃদ্ধি পায়।

২- কল আৰু ষ্ট্ৰবেৰীঃ  মৌ এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট যিয়ে ছালৰ দূষিত পদাৰ্থ আঁতৰাই ব্ৰণৰ চিকিৎসা কৰে। মৌৱে প্ৰদাহ কমায় আৰু আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে কল আৰু ষ্ট্ৰবেৰী গুড়ি কৰি তাত আৰ্গান তেল দি মুখ আৰু ডিঙিত লগাওক। এতিয়া ২০ মিনিটৰ পিছত ধুব।

৩- ষ্ট্ৰবেৰী আইচ কিউবঃ বৰফৰ টুকুৰা হিচাপেও ষ্ট্ৰবেৰী ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে ষ্ট্ৰবেৰীখিনি পিহি পেষ্ট বনাই বৰফৰ ৰূপত ফ্ৰীজত থৈ দিব। শীতকালত ই আপোনাৰ ছালত ষ্ট্ৰবেৰীৰ দৰে গোলাপী ৰঙৰ টিণ্ট দিব। ষ্ট্ৰবেৰী বৰফৰ টুকুৰা ব্যৱহাৰ কৰিলে মুখৰ ব্ৰণ কম হয়। ইয়াৰ বাবে বৰফৰ টুকুৰা এটা কাপোৰেৰে মেৰিয়াই ব্ৰণ আক্ৰান্ত ঠাইত ৫-১০ মিনিট ঘঁহি লওক, আৰু তাৰ পিছত স্বাভাৱিক পানীৰে ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ