--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ বিদ্যালয়ৰ শিক্ষকতা কৰিব নেকি ছানি লিঅ’নিয়ে? কি পঢ়াব ছানি লিঅ’নিয়ে? কৰ্ণাটকৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ এজন প্ৰাৰ্থীৰ এডমিট কাৰ্ডত ছানি লিঅ’নিৰ ফটোগ্ৰাফ থকাৰ এক অদ্ভূত ঘটনা সংঘটিত হৈছে।

কৰ্ণাটকত বৰ্তমান শিক্ষক নিযুক্তি পৰীক্ষা চলি আছে। লাখ লাখ প্ৰাৰ্থীয়ে ইয়াৰ বাবে সাজু হৈছে। তেনে সময়তে এগৰাকী প্ৰাৰ্থীৰ এডমিট কাৰ্ডত দেখিবলৈ পোৱা গৈছে ছানি লিঅ’নিৰ এখন ফটোগ্ৰাফ।

সামাজিক মাধ্যমত এডমিট কাৰ্ডখন ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যখনৰ শিক্ষা বিভাগে এটা তদন্তৰ নিৰ্দেশ দিছে।




এডমিট কাৰ্ডত ব্যৱহাৰ কৰা ছানি লিঅ’নিৰ ফটোগ্ৰাফখন অত্যন্ত অশ্লীল। ফটোখন ছানি লিঅ’নিৰ উন্মুক্ত বক্ষযুগলক এটা সৰু পোচাকেৰে ঢাকি থোৱা হৈছে।

ঘটনাটোৰ সন্দৰ্ভত কৰ্ণাটকৰ বিৰোধী দল কংগ্ৰেছে শিক্ষা বিভাগক ব্যাপক সমালোচনা কৰিছে। কংগ্ৰেছে অভিযোগ কৰে যে শিক্ষা বিভাগে পৰীক্ষাৰ প্ৰাৰ্থীগৰাকীৰ সলনি ছানি লিঅ’নিৰ ফটো এডমিটখনত প্ৰিণ্ট কৰিছে।

“সংসদৰ ভিতৰতে ব্লু ফিল্ম চোৱা এটা দলৰ পৰা আৰু কি আশা কৰিব পাৰি?”- কৰ্ণাটকৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ সামাজিক মাধ্যম প্ৰচাৰ সচিব বিআৰ নাইডুৱে এইদৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক