--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী ১৪ বছৰীয়া কিশোৰী, কিশোৰীগৰাকীৰ পিতৃৰ লগতে আন এগৰাকী যুৱতী সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য ৷

ডিজিটেল ডেস্ক: শিৱসাগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কিশোৰী, যুৱতীসহ তিনিজনকৈ ব্যক্তি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।


এগৰাকী ১৪ বছৰীয়া কিশোৰী, কিশোৰীগৰাকীৰ পিতৃৰ লগতে আন এগৰাকী যুৱতী সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য ৷


শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত যুগনীয়া গাঁও আৰু মৰনৈ কিনাৰ গাঁৱৰ পৰা সন্ধানহীন এই তিনিগৰাকী।


২৮ জানুৱাৰীৰ পৰা সন্ধানহীন যুগনীয়া গাঁৱৰ নৰেশ দাস আৰু তেওঁৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যাগৰাকীও।


একে সময়তে মৰনৈকিনাৰ গাঁৱৰ পৰা নিৰুদিষ্ট ৰিজা বাইলুং নামৰ এগৰাকী যুৱতীও।


পৰিয়ালৰ ভাষ্য অনুসৰি তিনিওগৰাকী একেলগে চহৰলৈ চুলি কাটিবলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হয়।


দুয়োটা পৰিয়ালে পৃথকে পৃথকে সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।


নৰেশ দাসৰ পৰিয়ালৰ লগত পুৰনি চিনাকি আছিল ৰিজা বাইলুঙৰ পৰিয়ালৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ