--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিৱসাগৰৰ হালোৱাটিং দোপদৰ বঙালী গাড়ীগাঁৱত মুছলমান যুৱকে বাধা দিছিল গাহৰি মাংস বিক্ৰী কৰাত।

ডিজিটেল ডেস্কঃ ৰাজ্যত গো-মাংস নিষিদ্ধ।  তৎসত্বেও ভিন্ন প্ৰান্তত গো-মাংসৰ অবৈধ সৰবৰাহৰ ঘটনা পোহৰলৈ আহি থাকে আৰু এনে অপৰাধী আৰক্ষীৰ জালত পৰিয়েই আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গো মাংসৰ বিৰুদ্ধে একছন মুডত অসম আৰক্ষী৷


এইবাৰ পাছে গো-মাংসক লৈ নহয় গাহৰি মাংসকলৈহে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাৰ স্থান শিৱসাগৰৰ হালোৱাটিং।


হালোৱাটিং দোপদৰ বঙালী গাড়ীগাঁৱত মুছলমান যুৱকে বাধা দিছিল গাহৰি মাংস বিক্ৰী কৰাত।


আহোম সম্প্ৰদায়ৰ যুৱক মনোজ দুৱৰাক গাহৰি কাটি বিক্ৰী কৰাত বাধা দিছিল নুৰ মহম্মদ নামৰ যুৱকজনে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আটাছু, বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ আৰু স্থানীয় জনতাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অঞ্চল কঁপাই তোলে। 


হালোৱাটিং আৰক্ষীয়ে আটক কৰি আনে নুৰ মহম্মদক।  আটক কৰাৰ পিছতে নুৰ মহম্মদে ক্ষমা খোজে বুলি পোহৰলৈ আহিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ