--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলপথাৰত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে বিৰাট কোহলীয়ে। কিন্তু স্কুলীয়া ছাত্ৰ হিচাপে পঢ়া-শুনাত কেনে আছিল বিৰাট?  শেহতীয়াকৈ কিং কোহলীয়ে তেওঁৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ শ্বীটৰ ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰপাছতে মাৰ্কশ্বীটখন ভাইৰেল হৈ পৰিছে।

বিৰাট কোহলীয়ে Qu app ত মুকলি কৰিছে দশম শ্ৰেণীৰ মাৰ্কশ্বীটখন। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে চিবিএছইৰ ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰেৰেই উত্তীৰ্ণ হৈছিল। 

বিৰাটে মাৰ্ক শ্বীটৰ সৈতে এটা অৰ্থপূৰ্ণ কেপচন লিখিছে। তেওঁ লিখিছে- “মোৰ মাৰ্ক শ্বীটত যিবোৰ কথা উল্লেখ কৰা হোৱা নাই,  সেইবোৰে মোৰ চৰিত্ৰ গঢ় দিয়াত আটাইতকৈ ডাঙৰ ভূমিকা লৈছে। যথেষ্ট ধেমেলীয়া নহয়নে?”



স্কুলীয়া পঢ়া-শুনাৰ সমান্তৰালকৈ ক্ৰীড়াকো সমানে গুৰুত্ব দিব লাগে বুলি দাবী কৰিছে কিং কোহলীয়ে।

২০০৪ চনত বিৰাটে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইংৰাজীত তেওঁ সৰ্বোচ্চ ৮৩ নম্বৰ লাভ কৰিছিল। হিন্দীতো পাইছিল ৭৫ নম্বৰ। কিন্তু গণিত আৰু বিজ্ঞানত গাধা আছিল কোহলী। সেই দুটা বিষয়ত তেওঁ ক্ৰমে ৫১ আৰু ৩২ নম্বৰহে লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে