--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ প্ৰথম দিনটোত অধিনায়ক ৰোহিত শৰ্মাই  ৰাজকোটত অৰ্ধশতক অৰ্জন কৰে।অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো ঘৰুৱা দলটোৰ তৃতীয়খন টেষ্টত আৰম্ভণি স্থিৰ হোৱা নাছিল। ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোট টেষ্টৰ প্ৰথম ঘণ্টাত ভাৰতীয় বেটিং লাইনআপক ব্যাপক আতংকিত কৰা হৈছিল। ইংৰাজ বলাৰ, মাৰ্ক উডে ফৰ্মত থকা খেলুৱৈ যশস্বী জয়ছোৱাল আৰু শুভমন গীলৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। টম হাৰ্টলিয়ে ৰজত পাটিদাৰক আউট কৰাৰ পাছত ভাৰতীয় দলৰ অৱস্থা শোচনীয় হৈ পৰে।

কিন্তু ইংলেণ্ডৰ প্ৰতিহত কৰি ৰোহিত শৰ্মাই বিশেষকৈ জেমছ এণ্ডাৰছনৰ বিৰুদ্ধে কঠিন সময়ছোৱাত যুঁজি অৱশেষত বেটিং পক্ষত বৃদ্ধি পোৱা চাপ লাঘৱ কৰে। 

আনহাতে, জয়ছোৱাল, গীল, আৰু পাটিদাৰৰ পতনৰ পাছত ৰবীন্দ্ৰ জাদেজাই ৫ নম্বৰত বেটিঙৰ বাবে আহিছিল আৰু এতিয়ালৈকে ৰোহিতক সমৰ্থন দি আহিছে। বৰ্তমানলৈকে ৰোহিতে ১০০টা বলত ৬২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে,জাদেজাই ৭২টা বলত ৪০ ৰাণ সংগ্ৰহ কৰিছে৷১২১ ৰাণত তিনিটা উইকেট হেৰুৱাই ভাৰতৰ বৰ্তমানৰ স্থিতি সুদৃঢ়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ