--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণিতে শলঠেকত পৰিছিল ভাৰতৰ ইনিংছ। মাত্ৰ ৩৩ ৰানত ৩টা উইকেট হেৰুৱাইছিল দলটোৱে। তাৰ পৰাই ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাডেজাই দলক আগুৱাই নিয়ে। অভিষেক টেষ্টত সৰফৰাজ খানেও অৰ্ধশতক কৰে। ফলস্বৰূপে প্ৰথম দিনটোৰ শেষত ভাৰতৰ ৰান ৫ উইকেটত ৩২৬ ৰান হয়।

টছত জয়ী হৈ ৰোহিতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।য়শস্বী জয়ছোৱালে ১০ ৰান সংগ্ৰহ কৰি আউট হয়। পূর্বৰ টেষ্টত শতক অর্জন কৰিছিল যদিও এই টেষ্টৰ প্রথম ইনিংছত শ্বুবমান গিলে শূন্য ৰাণতে আউট হয়। ৰান নাপালে ৰজত পাতিদাৰেও। ৩৩ ৰানত ৩টা উইকেট হেৰুৱাই হেঁচাত পৰে ভাৰত।

জটিল পৰিস্থিতিত জাদেজা ৰোহিতৰ সৈতে বেটিং কৰিবলৈ আহিছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পূৰ্বে অৰ্ধ শতক অৰ্জন কৰে ৰোহিতে। ৰোহিতৰ পাছতো জাদেজাই অৰ্ধশতক অৰ্জন কৰে। ১৩১ ৰানৰ অন্তত আউট হয় ৰোহিতে। ইয়াৰ পিছত ছাৰফৰাজে বেটিং কৰিবলৈ আহিছিল। স্পিনাৰসকলৰ বিৰুদ্ধে তেওঁ আক্ৰমণাত্মক বেটিং কৰিছিল ছৰফৰাজে।  মাত্ৰ ৪৮টা বলতে অৰ্ধশতক অৰ্জন কৰে। ৬৬ বলত ৬২ ৰানৰ ইনিংছ খেলে ছৰফৰাজে।

জাদেজাই ঘৰুৱা খেলত আৰু এটা শতক অৰ্জন কৰে। দিনৰ শেষত এতিয়াও জাডেজা ক্ৰীজত আছে। তেওঁ ১১০ ৰান কৰি খেলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ