--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ চক্ৰবেহুত পেলাই বিৰোধী ৰাজনীতিকক নিজ দললৈ অনাৰ চেষ্টা অব্যাহত আছে দেশৰ শাসক দলৰ। পুথি-খলিহনাৰ সমাবেশেৰে পুখুৰী ঘোলা কৰাৰ চক্ৰান্তত ৰৌ-বৰালী হেৰুৱাইছে বিজেপি-এ। শেহতীয়াকৈ আন এজন প্ৰভাৱশালী নেতাই বিজেপি ত্যাগ কৰাৰ খবৰে খলকনি তুলিছে দেশৰ ৰাজনীতিত।

মমতাৰ দেশ পশ্চিমবংগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰি শৰণাপন্ন হৈছে তৃণমূল কংগ্ৰেছৰ। 'যদি সুযোগ আপোনাৰ পথলৈ আহে, আপুনি সিদ্ধান্ত ল'ব লাগিব আৰু মই সিদ্ধান্ত লৈ ল'লো', সদ্য বিজেপিত্যাগী বাবুল সুপ্ৰিয়ই কয়।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰিত্ব ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পাছত অসন্তুষ্ট দেখা গৈছিল বাবুল সুপ্ৰিয়ক। মমতাৰ ক্ষমতাত পশ্চিমবংগত খোজ থৰকবৰক হৈছে বিজেপিৰ। উইকেট সৰিছে ধাৰাবাহিকভাবে। বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত মমতাৰ দললৈ ধাপলি মেলা পঞ্চমজন বিজেপি নেতা বাবুল সুপ্ৰিয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ