--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে কেপ্টেইন অমৰিন্দৰ সিঙে। দলীয় কন্দলত জৰ্জৰিত পঞ্জাৱৰ কংগ্ৰেছী ৰাজনীতিৰ বাবে এয়া এক মোক্ষম আঘাত বুলি গণ্য কৰা হৈছে।উল্লেখ্য যে প্ৰায় এমাহ ধৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ তীব্ৰ সংঘাত চলি আছিল আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুৰ সৈতে।

পদত্যাগৰ পিছতে সিঙে কয় যে, তেওঁ কংগ্ৰেছৰ মজিয়াত নিজকে অপমানিত হোৱা যেন অনুভৱ কৰিছিল। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক তেওঁ জনায় যে নিজৰ আস্থাৰ যিকোনো ব্যক্তিক তেওঁৰ আসনত বহুৱাব পৰাকৈ তেওঁলোক এতিয়া মুক্ত!

কেপ্টেইন অমৰিন্দৰ সিং


সময়ত তেওঁ নিজৰ বাবে উপলব্ধ সুযোগসমূহ ব্যৱহাৰ কৰিব বুলিও জনায় সিঙে।যি নহওক, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় এবছৰ থকাৰ সময়ত অমৰিন্দৰ সিঙৰ পদত্যাগে কংগ্ৰেছ দলক যে ভীষণভাৱে ক্ষতিগ্ৰস্ত কৰিব সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ