--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ গেংষ্টাৰ গ’ল্ডী ব্ৰাৰে ভাবুকি দিছে ছলমান খানক। ৰাজহুৱা স্থানত ছলমানক হত্যা কৰাৰ ভাবুকি দিলে গোল্ডিয়ে। গোল্ডিয়ে কয় যে নিশ্চিতভাৱে ছলমান খানক হত্যা কৰাৰ পৰিকল্পনা আছে।

উল্লেখ্য যে লৰেন্স বিষ্ণয়ৰ পৰা মৃত্যুৰ ভাবুকি পোৱাৰ পিছতে অভিনেতাজনৰ বাসগৃহৰ সন্মুখত অতিৰিক্ত আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ ৱাই কেটেগৰী ছিকিউৰিটিৰ অধীনত যাত্ৰা কৰিছিল। বুলেটপ্ৰুফ গাড়ী ব্যৱহাৰ কৰিছিল। এইবাৰ গোল্ডীৰ পৰা প্ৰত্যক্ষ মৃত্যুৰ ভাবুকি লাভ কৰি অভিনেতাগৰাকীৰ নিৰাপত্তা বৃদ্ধিৰ কথা চিন্তা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

নিশাৰ ভিতৰতে তেওঁক বি৬ বুলেটপ্ৰুফ বাহনৰ পৰা বি৭ বাহনলৈ বদলি কৰা হয়। ইয়াৰ বাহিৰেও মুম্বাই আৰক্ষী কোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অহৰহ সচেতন হৈ থাকিব।

উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চ মাহত মুম্বাই আৰক্ষীয়ে ছলমান খানৰ ঘনিষ্ঠ সহযোগীলৈ ভাবুকিপূৰ্ণ মেইল ​​প্ৰেৰণ কৰাৰ অভিযোগত লৰেন্স বিষ্ণোই আৰু গোল্ডীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। লৰেন্স জেলত আছে যদিও গোল্ডি পলায়ন কৰিছে। সিদ্ধু মুছেৱালাক হত্যা কৰাৰ অভিযোগত তেওঁক বিচাৰি আছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক