--°C
Loading...
Listen to Article
2 min read
80%

১১ ফেব্ৰুৱাৰী ২০২৩, শনিবাৰ

মেষ- কৰ্মক্ষেত্ৰত ভয় শংকা বৃদ্ধি পাব। অযথা বদনাম পাব পাৰে। জমা ধন খৰচ হ’ব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

বৃষ- কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। কোনো লোকে দু: সংবাদ দিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

মিথুন- কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব।
ভ্ৰমনৰ যোগ। প্ৰেমত সাৱধান হ’ব। মিতব্যয়ী হওক। শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। দুষ্ট লোকে বিপথে নিব পাৰে।পৰচৰ্চা নকৰিব। শুভ সংখ্যা ১,শুভ ৰং সোণালী।

সিংহ- আনৰ তোষামোদত ভোল নাযাব। যি কোনো কথাতে নিজৰটোকে শুদ্ধ বুলি ভাবি নল'ব।
হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

কন্যা-জনপ্ৰিয়তা বৃদ্ধিৰ সুযোগ পাব। যাকে তাকে সংগ নিদিব। আৰ্থিক স্থিতি উন্নত। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

তুলা- কামত আনৰ পৰা প্ৰেৰণা পাব। মনোৰঞ্জনত ব্যস্ত নথকাই ভাল। মিছা প্ৰতিশ্ৰুতি নিদিব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।

বৃশ্চিক- মাটি-বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। অৰ্থ লাভ। শুভ সংখ্যা ২, শুভ ৰং নীলা।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।সংযম ৰক্ষা কৰি চলিব। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

মীন- বিবাহৰ কথা চলি থকা সকলে আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা