--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুবছৰ পূৰ্বে এদিন ভেঁড়াটো হঠাতে হেৰাই গৈছিল। শৈলভূমিত  হেৰাই যোৱা ভেঁড়াটো অৱশেষত উদ্ধাৰ হৈছে। ব্ৰিটেইনৰ আটাইতকৈ নিঃসংগ  ভেঁড়া বুলি অভিহিত কৰা এই ভেঁড়াটো স্কটিছ হাইলেণ্ডৰ  দূৰৱৰ্তী এলেকাৰ  পৰা উদ্ধাৰ কৰা হৈছে।

ফিওনা নামৰ ভেঁড়াটো কমেও দুবছৰ ধৰি শৈলভূমিত আৱদ্ধ হৈ আছিল।

পাঁচজন কৃষকে ভেঁড়াটোক সুৰক্ষিত স্থানলৈ অনাৰ বাবে উদ্ধাৰৰ অভিযান চলাইছিল।

ভেঁড়াটোৰগৰাকী কেমি উইলচনে ফিওনাৰ উদ্ধাৰ অভিযানত আগভাগ লৈছিল। দুৰ্গম শৈলভূমিত তেওঁলোকে অভিযান আৰম্ভ কৰিছিল। শিলাময় ওখ ভূমিত এই অভিযান আছিল মৃত্যুৰে খেলা কৰা অভিযান। কিন্তু সেই অভিযানত সফল হ’ল তেওঁলোক। ফিওনা পুনৰ ঘৰলৈ উভতিব পাৰিব, আগৰ দৰেই পুনৰ চৰিব পাৰিব সেউজ তৃণভূমিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ