--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগজুৰ কৰ্কট ৰোগে এতিয়া সমগ্ৰ বিশ্বৰে বিজ্ঞানী মহলক চিন্তিত কৰি তুলিছে। সচৰাচৰ মগজুত হোৱা টিউমাৰৰ ৰূপতে মগজুৰ কৰ্কট ৰোট প্ৰকট হৈ পৰে। মগজুৰ কৰ্কট ৰোগৰ নানান চিকিৎসা পদ্ধতি ওলাইছে যদিও প্ৰায় ভাগ ক্ষেত্ৰত বহু চিকিৎসা পদ্ধতিয়ে আশা কৰা ধৰণে সুফল দিয়া দেখা নাযায়। এনে সময়তে নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মগজুৰ কৰ্কট ৰোগৰ চিকিৎসাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে। 

নটিংহাম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা এয়া হৈছে প্ৰথম কোৱাণ্টাম থেৰাপিউটিক পদ্ধতি যিয়ে দেখুৱায় যে কোৱাণ্টাম চিগনেলিঙৰ জৰিয়তে কৰ্কট ৰোগ আঁতৰ কৰিব পাৰি।  অৰ্থাৎ কোৱাণ্টাম স্তৰত কোষৰ পৰিৱৰ্তন কৰি এই ৰোগ নিৰ্মূল কৰিব পাৰি। 

এই  চিকিৎসাত অন্তৰ্ভুক্ত থাকে জৈৱ-নেনোএণ্টেনা, ৰেডক্স-সক্ৰিয় অণুৰে তৈয়াৰী নেনোকণা আদি।  যাক টিউমাৰ হোৱা স্থানত স্প্ৰে কৰা হয় । গৱেষকসকলে দাবী কৰিছে যে এনেদৰে স্প্ৰে কৰাৰ জৰিয়তে টিউমাৰ হোৱা স্থানত বিশেষ পৰিৱৰ্তন ঘটে।  এনে স্প্ৰেই কৰ্কট কোষ ধ্বংস কৰিব পাৰে।  

এই চিকিৎসাই কোৱাণ্টাম চিকিৎসাৰ উত্থানক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।বিজ্ঞানীসকলে আশা কৰিছে যে এনে চিকিৎসা পদ্ধতিয়ে মগজুৰ কৰ্কট ৰোগৰ চিকিৎসাত  এক নতুন যুগ আৰম্ভ কৰিব পাৰে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ