--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত হৈ আছে মণিপুৰ৷হিংসাত্মক অপৰাধ, আক্ৰমণ, অগ্নিসংযোগৰ বাতৰিৰ প্ৰতি সঁহাৰি জনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰচাৰিত হোৱা ভুৱা উৰাবাতৰিৰ বিৰুদ্ধে যুঁজিবলৈ মণিপুৰ চৰকাৰে ২০ জুন শনিবাৰে ঘোষণা কৰে যে মোবাইল ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ ওপৰত নিষেধাজ্ঞা অতিৰিক্ত পাঁচ দিনৰ বাবে বৃদ্ধি কৰা হৈছে৷ ২৫/০৬/২০২৩ তাৰিখলৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চৰকাৰৰ ফালৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে, ২৫ জুনৰ বিয়লি ৩:০০ বজালৈকে এই নিৰ্দেশনা বাহাল থাকিব৷ এই পদক্ষেপ লোৱাৰ মূল কাৰণ হিচাপে ছ’চিয়েল মিডিয়াৰ অনুপযুক্ত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা কমোৱা আৰু ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিত ব্যাঘাতকে চিহ্নিত কৰোৱা হৈছে।

মণিপুৰত প্ৰথমবাৰৰ বাবে জাতিগত হিংসাৰ সূত্ৰপাত হোৱা বাবে ৩ মে’ৰ পৰাই চৰকাৰে বাৰে বাৰে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰি আহিছে।শেহতীয়া চৰকাৰী অধিসূচনাত কোৱা হৈছে যে, “আশংকা কৰা হৈছে যে কিছুমান অসামাজিক উপাদানে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তা বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰে যিয়ে ৰাজহুৱা জীৱনসমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে