--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোনো বস্তুৰ প্ৰতি নিচা বেয়া।এই আসক্তিৰ ভিতৰত হৈছে সুৰাপান আৰু ধূম্ৰপান অন্যতম; কিন্তু এই আসক্তিয়ে শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়। মদ্যপানে যকৃতৰ ক্ষতি কৰে। চিগাৰেটে হাওঁফাওঁৰ ক্ষতি কৰে। কিন্তু এই দুবিধ আসক্তিৰ ভিতৰত কোনটো বেছি বিপজ্জনক সেই কথা জানো আহক…


মদ্যপান এক বদ অভ্যাস। কিন্তু যদি আমি তুলনা কৰোঁ, তেন্তে কোনটো নিচা মানুহৰ শৰীৰৰ বাবে বেছি বিপদজনক? আমি পৰিসংখ্যাৰ ভিত্তিত জানিবলৈ চেষ্টা কৰোঁ আহক। যদি এজন পুৰুষে দিনটোত ৫টা চিগাৰেট খায় বা এগৰাকী মহিলাই দিনটোত ১০টা চিগাৰেট খায়। গতিকে ইয়াৰ পৰিমাণ ৭৫০মিলিলিটাৰ সুৰা। অৰ্থাৎ ৭৫০মিলিলিটাৰ এলকহল খোৱাৰ দৰে ই শৰীৰৰ ক্ষতি কৰে।


চিগাৰেটত ধঁপাত আৰু নিকোটিনৰ দৰে কাৰ্চিনোজেনিক উপাদান থাকে যিয়ে হাওঁফাওঁৰ ক্ষতি কৰে। ষ্ট্ৰোক, হাৰ্ট এটেক আদি ৰোগৰ আশংকা বেছি। মদৰ সন্দৰ্ভত চিকিৎসকে পৰামৰ্শ দিয়ে যে এজন ব্যক্তিয়ে দিনটোত মাত্ৰ এটা বা দুটা পেগ মদ খাব লাগে। কিন্তু যদি তাতকৈ বেছি মদ্যপান কৰা হয় তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।


মদ আৰু চিগাৰেটৰ আসক্তিৰ ওপৰত গৱেষণা কৰি নটিংহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক জন ব্ৰিটেইনে কয় যে মদতকৈ চিগাৰেট বহুত বেছি বিপজ্জনক। তেওঁ কয় যে মই নাভাবো যে মানুহে চিগাৰেট বনাম মদৰ বিপদৰ তুলনা কৰি বাছি লয়। ইয়াত অধ্যাপকজনৰ বক্তব্য শুদ্ধ যেন লাগে কাৰণ যিকোনো ব্যক্তিয়ে যেতিয়া চিগাৰেট বা মদ খায় তেতিয়া তেওঁ এই দুটা বস্তুৰ ভিতৰত কোনটো বেছি বিপদজনক আৰু কোনটো বস্তু কম বিপদজনক সেই কথা নাভাবে।


অধ্যাপকজন ব্ৰিটেইনৰ চেণ্টাৰ ফৰ ট’বেকো এণ্ড এলকহলিক ষ্টাডিজৰ পৰিচালক। মদ আৰু চিগাৰেটৰ ওপৰত কৰা অধ্যয়নৰ পাছত অধ্যাপকগৰাকীয়ে কয় যে চিগাৰেট খোৱাৰ ফলত মদ্যপানতকৈ অধিক সোনকালে কেন্সাৰ হয়। এই অধ্যয়নটো চালে স্পষ্ট হৈ পৰে যে মদতকৈ চিগাৰেট বেছি বিপজ্জনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক