--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহু ধৰণৰ সংক্ৰমণে আপোনাৰ শৰীৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তাৰপাছত শুকান কাহৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এবাৰ কাৰোবাৰ এই ৰোগ হ’লে ই সহজে নাইকিয়া নহয়। ৰাতি কাহ মাৰি কটাবলগীয়া হয়, যাৰ বাবে মানুহে শান্তিৰে শুব নোৱাৰে আৰু তাৰ পিছত পিছদিনা আপুনি ভাগৰুৱা, অলস আৰু খিংখিঙীয়া অনুভৱ কৰে। কেতিয়াবা ঔষধ আৰু কাহৰ চিৰাপো কামত নাহে। এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ ঘৰুৱা উপায়ৰ আশ্ৰয় ল’ব পাৰে। 

শুকান কাহৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা উপায় গ্ৰহণ কৰক

১) গৰম পানী আৰু মৌঃ শীতকালত ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু গৰম পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। এগিলাচ কুহুমীয়া পানীত ৪ চামুচ মৌ মিহলাই খালে শুকান কাহৰ পৰা সম্পূৰ্ণ সকাহ পাব। নিয়মিতভাৱে সেৱন কৰিবও পাৰে, যাৰ ফলত বহু ৰোগৰ পৰা হাত সাৰিব পাৰি।

২) আদা আৰু নিমখঃ আদা এনেকুৱা মছলা যিটো আমাৰ ঘৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়, ই ঠাণ্ডাৰ প্ৰতিৰোধী ঔষধতকৈ কম নহয়। ইচ্ছা কৰিলে কেঁচাকৈ চোবাই খাব পাৰে বা তাৰ ৰস খাব পাৰে। আদা নিমখ মিহলাই খালে শুকান কাহ নিৰাময় হ’ব।

৩) জালুক আৰু মৌঃ জালুক আৰু মৌৰ সংমিশ্ৰণক চৰ্দি আৰু কাহৰ শত্ৰু বুলি ধৰা হয়। ইয়াৰ বাবে আপুনি ৪-৫ টা জালুকৰ গুটি লৈ পিহি গুড়ি তৈয়াৰ কৰক। এতিয়া ইয়াক মৌৰ লগত মিহলাই খাওক। দিনটোত ২ৰ পৰা ৩ বাৰ এনেকৈ সেৱন কৰিলে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক