--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত তুলসী উদ্ভিদক অতি পবিত্ৰ বুলি গণ্য কৰা হয়, যাৰ বাবে এই উদ্ভিদক বেছিভাগ ঘৰতে ৰখা হয়। যদি এই উদ্ভিদক আয়ুৰ্বেদৰ ধন বুলি কোৱা হয়, তেন্তে সম্ভৱতঃ ভুল নহ’ব, কাৰণ ইয়াত ঔষধি গুণৰ অভাৱ নাই। ইয়াৰ সহায়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত চৰ্দি, কাহ আৰু ভিন্ন ৰোগৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়। আপুনি জানেনে শুকান তুলসী পাতৰো আছে অনেক ঔষধি গুণ।

১) শুকান তুলসীৰ পাতখিনি এটা বাটিত ৰাখিব। এতিয়া কেৰাহীত এগিলাচ পানী গৰম কৰি তাৰ পিছত এই শুকান পাতবোৰ তাত মিহলাই লওক। এতিয়া চালনীৰ সহায়ত ফিল্টাৰ কৰি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব।

২) যদি ঘৰত অত্যধিক শুকান তুলসীৰ পাত জমা হৈছে, তেন্তে মিক্সাৰত পিহি গুড়ি কৰি ৰাখক আৰু বহু ৰেচিপিত মিহলাই ইয়াৰ সোৱাদ বৃদ্ধি কৰিব পাৰে।

৩) চালাড বা পিজ্জাক ভাল সোৱাদ দিবলৈ শুকান তুলসীৰ পাত ব্যৱহাৰ কৰিব পাৰে। এই পাতৰ সহায়ত জুতি প্ৰস্তুত কৰি এই খাদ্যৰ ওপৰত ছটিয়াই দিব পাৰে।

৪) শুকান তুলসীৰ পাত সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। হাতেৰে মোহাৰি শুকান তুলসীৰ পাতবোৰ মাটিৰ লগত মিহলি কৰি দিয়ক। যি গছৰ শিপাত ইয়াক ৰখা হয়, সেই গছজোপাৰ বৃদ্ধি ভাল হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক