--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ৷ ৰাজ্যখনত বিৰাজ কৰিথকা উত্তেজনাম পৰিৱেশৰ মাজতে অসমবাসীলৈ সুখবৰ কঢ়িয়াই  আনিছে ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই৷ ১৭ বছৰ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দলৰ বি টীমত স্থানলাভ কৰিছে ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই৷

নেপালত অনুস্থিত হব লগা 3rd Indo-Nepal T20 Friendship Cup 2024-2025 ৰ ১৭ বছৰ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ বি টীমত ঢকুৱাখনাৰ পৰীক্ষিত চুতীয়াই স্থান লাভ কৰাৰ লগতে সহঅধীনায়ক হিচাপে নিৰ্বাচিত হোৱাত উৎফুু্ল্লিত হৈ পৰিছে সমগ্ৰ ঢকুৱাখনা বাসীৰ লগতে পৰীক্ষিত জন্ম গাঁও ২ নং কুৰৈগুৰি৷ 

সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ন কুৰৈগুৰি গাঁৱৰ প্ৰেম ( ভামুক ) চুতীয়া আৰু নিৰ্মালি পেগুৰ পুত্ৰ পৰীক্ষিতৰ এনে সফলতাকলৈ এতিয়া আনন্দৰ জোৱাৰ উঠিছে পৰিয়ালৰ লগতে  অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজত৷

গুৱাহাটী খানাপাৰাৰ লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ উইকেট কীপাৰ বেটচমেন পৰীক্ষিত চুতীয়াৰ এনে সফলতাত ঢকুৱাখনাৰ কুৰৈগুৰি বাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়৷পৰীক্ষিতৰ অনাগত খেলুৱৈ জীৱনৰ সফলাতা কামনা কৰিছে অঞ্চলবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক