--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অপহৰণৰ গোচৰ ৰুজো হৈছিল দেশৰ অন্যতম বিখ্যাত কমেডিয়ান সুনীল পাল। এই খবৰটোৱে সকলোকে আচৰিত কৰি তুলিছিল। এই খবৰত তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলো যথেষ্ট বিচলিত হৈ পৰে। অপহৰণকাৰীয়ে সুনীল পালৰ পৰা মুক্তিপণৰ বাবে ২০ লাখ টকা দাবী কৰিছিল যদিও ৭.৫ লাখ টকা আদায় দি মুকলি কৰি দিয়া হয়। 

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছিল। গোচৰটো উত্তৰ প্ৰদেশৰ মেৰুঠৰ সৈতে জড়িত আছিল। কিন্তু এতিয়া এই বিষয়ত আৰক্ষীয়ে অধিক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। আৰক্ষীৰ মতে, সুনীল পালক অপহৰণ কৰা হোৱা নাছিল আৰু তেওঁ নিজেই অপহৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

এই বিষয়ত শেহতীয়াকৈ মেৰুঠ আৰক্ষীয়ে কয় যে কোনো অপহৰণ হোৱা নাই, এই সকলোবোৰ মিছা! কমেডিয়ান সুনীল পালে নিজেই তেওঁৰ অপহৰণৰ পৰিকল্পনা কৰিছিল। তেওঁৰ ফোন কলৰ অডিঅ’ও ভাইৰেল হৈ পৰিছে। এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুম্বাই আৰক্ষীৰ সৈতে কথা পাতি যিকোনো সময়তে এই বিষয়টো প্ৰকাশ কৰিব পাৰিব। পোহৰলৈ আহিছে সুনীল পালৰ অডিঅ’।

এই লেনদেন সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ একাউণ্ট ফ্ৰীজ কৰি ৰখাৰ কথা আৰক্ষীক জনোৱাৰ লগে লগে বিষয়টোৱে গতি লাভ কৰে। তদন্তত দেখা গ’ল যে অপহৰণকাৰীয়ে মুক্তিপণৰ ধনেৰে ৬ লাখ টকাৰ গহনা ক্ৰয় কৰিছিল। দিল্লীৰ পৰা অপহৰণ কৰি ২০ লাখ টকা মুক্তিপণৰ দাবী। সুনীল পালে দিয়া ধনেৰে অপহৰণকাৰীয়ে গহনা ক্ৰয় কৰে। এতিয়া এই বিষয়ত এটা বেলেগ কোণ সংযোজন কৰা হৈছে। সুনীল পাল আৰু অপহৰণকাৰীৰ মাজত হোৱা কথা-বতৰাও পোহৰলৈ আহিছে। এই কথা-বতৰাত সকলো কেৱল মিছা হৈ পৰিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ