--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে গজল গায়ক পংকজ উধাছৰ দেহাৱসান ঘটে। জনা গৈছে যে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীৱনত প্ৰথম উপাৰ্জন পংকজ উধাচৰ কনচাৰ্টৰ পৰা।

শ্বাহৰুখ অভিনীত 'দিল আছনা হায়’ত গীত গাইছিল পংকজে। কিন্তু তাৰ বহু আগতেই শ্বাহৰুখে পংকজৰ সৈতে এক অদৃশ্য সম্পৰ্ক গঢ়ি তুলিছিল। তেতিয়া শ্বাহৰুখ নিবনুৱা হৈ আছিল। কাম কৰিবলৈ চেষ্টা কৰা উপাৰ্জনৰ উপায় বিচাৰিছে। সেই সময়ত দিল্লীত পংকজৰ কনচাৰ্ট আছিল। পংকজৰ অনুষ্ঠানত দৰ্শকক চম্ভালি লোৱাটোৱেই আছিল আটাইতকৈ কঠিন কাম। ৮০ৰ দশকত পংকজৰ গীতৰ অগণন শ্ৰোতা আছিল। তেওঁৰ কনচাৰ্টবোৰত দৰ্শকসকল মুখৰ ভিতৰতে ভৰি পৰিছিল।

পোহৰ দেখুৱাই আন্ধাৰ থিয়েটাৰত দৰ্শকক বহিবলৈ মানুহক নিযুক্তি দিয়া হৈছিল। শ্বাহৰুখে সেই কামেই কৰিছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে শ্বাহৰুখে মশালৰ পোহৰ নিক্ষেপ কৰি দৰ্শকক এটা নিৰ্দিষ্ট ঠাইত বহিবলৈ দিয়ে। সেই কামৰ মাননি হিচাপে শ্বাহৰুখে লাভ কৰিছিল ৫০ টকাৰ চেক। এটা সাক্ষাৎকাৰত শ্বাহৰুখে এই ঘটনাৰ বিষয়ে কয়।

প্ৰথমে সেই টকাৰে তাজমহল ভ্ৰমণ কৰিছিল। এই প্ৰসংগত শ্বাহৰুখে কয়, "তাৰ পিছত মই বহুত টকা উপাৰ্জন কৰিলোঁ। কিন্তু মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ যে মই এটা শ্ব’ৰ পৰা মোৰ প্ৰথম জীৱিকা উলিয়ালোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী